உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : হাঁহি ্হাঁহি কাৰোবাক নিন্দা কৰা ্বেয়া কোৱা কার্য
எடுத்துக்காட்டு : নিজৰ বেছি কৰা স্বভাৱটোৰ কাৰণে তেওঁ সকলোৰে উপহাসৰ পাত্র হৈ পৰে
ஒத்த சொற்கள் : ইতিকিং, উপহাস্যতা, ঠাট্টা, পেংলাই, পৰিহাস, ভেঙুচালি
பொருள் : অকাৰণ বা বিনা কাৰণৰ হাস্য বা হাঁহি
எடுத்துக்காட்டு : কিছুমান লোকৰ উপহাস কৰাৰ স্বভাৱ থাকে
ஒத்த சொற்கள் : পৰিহাস
பொருள் : কাৰোবাক আমনি দিবলৈ, দুখী কৰিবলৈ বা তুচ্ছ আদি জ্ঞান কৰিবলৈ আওপকীয়াকৈ কোৱা কোনো কথা যি বিপৰীত ৰূপত উক্ত প্রকাৰৰ অভিপ্রায় প্রকাশ কৰে
எடுத்துக்காட்டு : আজিকালিৰ নেতাই অন্য নেতাক উপহাস কৰাত পাকৈত
ஒத்த சொற்கள் : ঠাট্টা, ব্যংগ, ব্যঙ্গ
நிறுவு