பொருள் : যি জানিবলৈ ইচ্ছা কৰে বা জিজ্ঞাস কৰে
எடுத்துக்காட்டு :
সৎসংগত সন্তজনে জিজ্ঞাসুসকলৰ প্রশ্নৰ উত্তৰ বৰ আগ্রহেৰে দি আছিল
ஒத்த சொற்கள் : অনুসন্ধিৎসু, কুতুহলী, কৌতূহলী, জিজ্ঞাসু
பொருள் : যিজনে জানিবলৈ ইচ্ছা প্রকাশ কৰে
எடுத்துக்காட்டு :
শিক্ষাগুৰুৱে আনন্দ মনেৰে উৎসুক শিক্ষার্থীসকলৰ প্রশ্নৰ উত্তৰ দি আছিল
ஒத்த சொற்கள் : জিজ্ঞাসু
பொருள் : যাৰ মনত কোনো তীব্র অভিলাষ থাকে বা যি কোনো কাম বা কথাৰ বাবে অধীৰ হৈ থাকে
எடுத்துக்காட்டு :
চিনেমা চাবলৈ উৎসুক লʼৰা-ছোৱালীহঁত সোনকালে ওলোৱা