பொருள் : বতাহত উৰিবলে প্রবৃত্ত কৰা বা এনে কিবা কৰা যাৰ দ্বাৰা বতাহত উৰে
எடுத்துக்காட்டு :
প্রধান আচার্যই ্পতাকা উৰাই আছে
பொருள் : আনৰ হতুৱাই উৰা
எடுத்துக்காட்டு :
গোমধান খায় থকা চৰাইবোৰক খেতিয়কজনে লʼৰাটোৰ হতুৱাই উৰুৱালে
பொருள் : বতাহত ওপৰলৈ উঠা
எடுத்துக்காட்டு :
লʼৰা-ছোৱালীবোৰে চাদৰ ওপৰত চিলা উৰুৱাইছে