பொருள் : কোনো বস্তু বা জীৱক উৰিবলৈ প্রবৃত্ত কৰা
எடுத்துக்காட்டு :
পাইলটে উৰাজাহাজ উৰায়
பொருள் : এবাৰত হেঁ্চা প্রয়োগ বা বল দি পৃথক কৰা বা কাটি দূৰলৈ পেলোৱা
எடுத்துக்காட்டு :
সৈনিকে শত্রুৰ শিৰ উৰাই দিলে
ஒத்த சொற்கள் : উৰাই দিয়া
பொருள் : বতাহত ইফালে-সিফালে বিচৰণ কৰোৱা বা প্রসাৰিত কৰোৱা
எடுத்துக்காட்டு :
হোলীত মানুহে আবিৰ আৰু ফাকুৱা উৰায়