பொருள் : কাৰোবাৰ ফালৰ পৰা প্রতিনিধি বা এজেণ্ট হিচাপে কাম কৰা কার্য
எடுத்துக்காட்டு :
মই প্রতিনিধিত্ব কৰিব নোৱাৰো
ஒத்த சொற்கள் : প্রতিনিধিত্ব
பொருள் : প্রতিনিধি বা এজেন্টৰ কর্ম ্স্থান
எடுத்துக்காட்டு :
এজেণ্টজন এতিয়ালৈকে এজেঞ্চি আহি পোৱাহি নাই