பொருள் : বান্ধি থোৱা বা ফান্দত পৰা কোনো বস্তু আঁতৰি যোৱা কার্য
எடுத்துக்காட்டு :
মাছবোৰ জালৰ পৰা এৰাই গʼল
ஒத்த சொற்கள் : উন্মুক্ত হোৱা, বন্ধন মুক্ত হোৱা, মুক্ত হোৱা, সুলকি যোৱা
பொருள் : কটা বা কোনো মূলবস্তুৰ পৰা আঁতৰি যোৱা কার্য
எடுத்துக்காட்டு :
বৰষুণৰ আগেয়ে গছ-গছনি ছিঙি গৈছিল
ஒத்த சொற்கள் : ছিঙা, ছিন্ন হোৱা