உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : অজুহাত দেখুওৱা কার্য ্ বাকোনো কাম নকৰিবৰ কাৰণে মিছা কাৰণ দেখুওৱা ক্রিয়া
எடுத்துக்காட்டு : সৰু লʼৰা-ছোৱালীয়ে স্কুল নাযাবলৈ বিভিন্ন অজুহাত দেখুৱায়
ஒத்த சொற்கள் : অচিলা, অজুহাত, আপত্তি, ওজৰ, কাৰণ, চেলু, দোহাই, বাহনা, বিনাকাৰণ, লেচু
பொருள் : কাৰোবাৰ ব্যৱহাৰ, কার্য আদিত দুখী হৈ তেওঁৰ ্ বা তেওঁৰ সম্বন্ধীয় কোনোলোকক উদয় হোৱা দুখৰ বিষয়ে কোৱা কার্য
எடுத்துக்காட்டு : মোৰ আপোনাৰ ওচৰত কোনো আপত্তি নাই, এতিয়া আপুনি যাব পাৰে
ஒத்த சொற்கள் : অভিযোগ, আপত্তি, ওজৰ
நிறுவு