பொருள் : সমুদ্র স্তৰৰ পৰা বা ধৰাতলৰ পৰা ওপৰৰ দূৰত্ব
எடுத்துக்காட்டு :
উৰাজাহাজখন বহুত ওপৰত উৰি আছে
ஒத்த சொற்கள் : উচ্চতা
பொருள் : লিখা-মেলাৰ একেবাৰে প্রথমত
எடுத்துக்காட்டு :
ওপৰত কিছুমান উদাহৰণ দিয়া হৈছে
பொருள் : সহায়ৰ আধাৰত
எடுத்துக்காட்டு :
মেজৰ ওপৰত ফুলৰ থোপা থোৱা হৈছে