பொருள் : ওপৰত থকা কোনো বস্তৰ কোনো অংশক তললৈ আধাৰহীন ভাৱে ৰখা কার্য
எடுத்துக்காட்டு :
শ্যামে ছাদৰ পৰা এডাল ৰচী ওলমাই আছে
ஒத்த சொற்கள் : ওলমাই দিয়া
பொருள் : কোনো কাম আধৰুৱা হৈ থকা বা ৰোৱা
எடுத்துக்காட்டு :
আপোনাৰ কাৰণে মোৰ কামটো ওলমি আছে