உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : প্রকৃতি, প্রবৃত্তি, স্থিতি আদিৰ বিচাৰত কাৰোবাৰ সৈতে মোকাবিলা কৰোঁতে যি আনৰ পক্ষত থাকে
எடுத்துக்காட்டு : মই তেওঁক যি কথা কওঁ তেওঁ ঠিক তাৰ ওলোটা কামহে কৰে
ஒத்த சொற்கள் : অন্যথা, উল্টা, বিপৰীত, বিৰুদ্ধ
பொருள் : যি ক্রম, মান্যতা আদি অনুসৰি কাৰোবাৰ বিৰুদ্ধে থকা বা আন পক্ষত থকা
எடுத்துக்காட்டு : তেওঁলোক দুয়ো বিপৰীত চিন্তাধাৰাৰ হোৱা সত্ত্বেও ভাল বন্ধু
ஒத்த சொற்கள் : ওভটা, ওভোতা, ওল্টা, পূৰক, প্রতিমুখ, প্রতিলোম, বিপৰীত, বিৰোধী, সম্পূর্ণ বিপৰীত
நிறுவு