உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কোনো ব্যক্তিৰ কামৰ পৰা বা সম্পত্তি, ব্যাপাৰ আদিৰ পৰা কোনো অধিকাৰীয়ে নিজৰ কাৰণে লোৱা নিয়ত ধন
எடுத்துக்காட்டு : মোগল যুগত শাসক আৰু সামন্তই ভাৰতীয় জনসাধাৰণৰ পৰা বিভিন্ন ধৰণৰ কৰ আদায় কৰিছিল
ஒத்த சொற்கள் : কাটল, কৰ, কৰ-কাটল, খাজনা, টেক্স, শুল্ক
பொருள் : খেতি-বাতিৰ মাটিত লগোৱা কৰ
எடுத்துக்காட்டு : জমীদাৰী যুগত খাজনা দিব নোৱাৰা কৃষকৰ খেতি ক্রোক কৰা হৈছিল
ஒத்த சொற்கள் : কাটল, কৰ, কৰ-কাটল, খাজনা, খেৰাজ, টেক্স, শুল্ক
நிறுவு