பொருள் : নি্র্বাহ কৰা বা অতিবাহিত কৰা
எடுத்துக்காட்டு :
তেওঁ নিজৰ শৈশৱকাল বৰ দীনতাত অতিবাহিত কৰিলে
ஒத்த சொற்கள் : অতিবাহিত কৰা, নি্র্বাহ কৰা, পাৰ কৰা
பொருள் : পাৰ হোৱা বা ব্যতিত হোৱা
எடுத்துக்காட்டு :
মাদাৰ টেৰেছাই তেওঁৰ ্গোটেই জীৱন মানৱ সেৱাত অতিবাহিত কৰিছিল
ஒத்த சொற்கள் : অতিবাহিত কৰা, পাৰ কৰা