பொருள் : গোল ফল লগা এবিধ চিৰসেউজীয়া গছ
எடுத்துக்காட்டு :
কদম গছৰ তলত শ্রীকৃষ্ণই বাঁহী বজাইছিল
ஒத்த சொற்கள் : কদম্ব
பொருள் : খোজকাঢ়িবলে বা দৌৰিবলে এঠাইৰ পৰা উঠাই আন এঠাইত ভৰি ৰখা কার্য
எடுத்துக்காட்டு :
তেওঁ ্সোনকালে ঘৰ গৈ পাবলে দীঘল-দীঘলকৈ খোজ দিছিল
ஒத்த சொற்கள் : খোজ
பொருள் : এটা খোজেৰে ঠিক কৰা দূৰত্ব
எடுத்துக்காட்டு :
মোৰ ঘৰ ইয়াৰ পৰা প্রায় আঠ-দহ খোজ দূৰত অৱস্থিত
ஒத்த சொற்கள் : খোজ