பொருள் : ভাৰতবর্ষৰ দক্ষিণ অঞ্চলত বিশেষভাৱে কর্ণাটকত কোৱা এক দ্রাবিড়ীয় ভাষা
எடுத்துக்காட்டு :
কুলকার্ণীদেৱে কন্নড় শিকি আছে
ஒத்த சொற்கள் : কন্নড় ভাষা
பொருள் : যি লিপিত কন্নড় ভাষা লিখা হয়
எடுத்துக்காட்டு :
কামথে নিজৰ লʼৰাটোক কন্নড় লিখিবলৈ শিকাইছে
ஒத்த சொற்கள் : কন্নড় লিপি
பொருள் : কর্ণাটক ৰাজ্যৰ অধিবাসী
எடுத்துக்காட்டு :
এইখন কন্নড়সকলৰ সভা
பொருள் : কর্ণাটকত থকা বা বসতি কৰা
எடுத்துக்காட்டு :
কন্নড় লোকৰ মাজত এনেধৰণৰ প্রথা আছে
பொருள் : কন্নড় ভাষাৰ সৈতে সম্বন্ধ থকা বা কন্নড় ভাষাৰ
எடுத்துக்காட்டு :
তেওঁ কন্নড় ্সাহিত্যৰ প্রতি বিশেষ ৰাপ আছে
பொருள் : কর্ণাটকৰ সৈতে সম্বন্ধ থকা
எடுத்துக்காட்டு :
মই কন্নড় সংস্কৃতিৰ সৈতে সম্পূর্ণৰূপে পৰিচিত