பொருள் : এবিধ উদ্ভিদৰ পৰা পোৱা বীজ যাক পিচি পেয় পদার্থ হিচাপে ব্যৱহাৰ কৰা হয়
எடுத்துக்காட்டு :
তেওঁ কফিগুটিখিনি তৎক্ষণাত পিচি কফি তৈয়াৰ কৰি আছে
பொருள் : এবিধ উদ্ভিদ যাৰ বীজ খুন্দি পেয় পদার্থ ্তৈয়াৰ কৰা হয়
எடுத்துக்காட்டு :
কফি এবিধ মজলীয়া আকাৰ উদ্ভিদ
ஒத்த சொற்கள் : কফি গছ
பொருள் : চাহৰ নিচিনা এবিধ পেয় দ্রব্য
எடுத்துக்காட்டு :
তেওঁ কফি খাই আছে
பொருள் : পেয় পদার্থ হিচাপে প্রস্তুত কৰা চাহপাতৰ দৰে এবিধ চূর্ণ
எடுத்துக்காட்டு :
তেওঁ ্দোকানৰ পৰা এশ গ্রাম কফি কিনিলে