உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : যিহেৰে কোনো বস্তু আদি ঢাকি থোৱা হয় বা ঢাকিবৰ কাৰণে ব্যৱহাৰ কৰা বস্তু
எடுத்துக்காட்டு : আচ্ছাদকৰ বস্তু সুৰক্ষিত হৈ থাকে
ஒத்த சொற்கள் : আচ্ছাদক, আচ্ছাদন, আৱৰণ, ঢাকনি
பொருள் : ওপৰত থকা কোনো তৰপ বিশেষ যাৰ তলত কোনো ফল বা জীৱ থাকে
எடுத்துக்காட்டு : বাদামৰ ওপৰত বহুত টান খোলা থাকে
ஒத்த சொற்கள் : আৱৰণ, খোলা
பொருள் : লো আদিৰে তৈয়াৰী আৱৰণ, যিয়ে যুদ্ধৰ সময়ত অস্ত্র-শস্ত্রৰ পৰা যুদ্ধাক সুৰক্ষা প্রদান কৰা
எடுத்துக்காட்டு : আক্রমণৰ পৰা ৰক্ষা পাবৰ কাৰণে কবচ ব্যৱহাৰ কৰা হয়
ஒத்த சொற்கள் : অংগৰক্ষী
நிறுவு