பொருள் : দেহত এক শিহৰণ অনুভৱ কৰা
எடுத்துக்காட்டு :
ঠাণ্ডাৰ কাৰণে তেওঁৰ শৰীৰ ্ কঁপি আছে
ஒத்த சொற்கள் : কঁপনি উঠা, কঁপি-জপি থকা, কঁপ্া, কম্পন হোৱা
பொருள் : ভয় আদিৰ কাৰণে কঁপিবলৈ ধৰা
எடுத்துக்காட்டு :
উগ্রপন্থীক দেখি সোহনৰ গোটেই শৰীৰ থৰথৰ কৰিবলৈ ধৰিলে
ஒத்த சொற்கள் : কঁপিবলৈ ধৰা, কঁপ্া, থৰথৰ কৰা, থৰথৰি হোৱা, থৰহৰি কম্পমান হোৱা