பொருள் : মাছৰ দেহৰ ভিতৰত থকা কাঁইটৰ নিচিনা হাড়
எடுத்துக்காட்டு :
মাছ খাই থাকোতে ৰামুৰ মুখত কাঁইট লাগি ধৰিলে
ஒத்த சொற்கள் : কাঁটা, মাছৰ কাঁইট, মাছৰ কাঁটা
பொருள் : বেজি বা কাঁইটৰ সমান কোনো সৰু বস্তু
எடுத்துக்காட்டு :
ৰামে বেৰৰ চাৰিওফালে কাঁইট লগালে