பொருள் : মাছৰ দেহৰ ভিতৰত থকা কাঁইটৰ নিচিনা হাড়
எடுத்துக்காட்டு :
মাছ খাই থাকোতে ৰামুৰ মুখত কাঁইট লাগি ধৰিলে
ஒத்த சொற்கள் : কাঁইট, মাছৰ কাঁইট, মাছৰ কাঁটা
பொருள் : মানুহে আহাৰ খাওতে ব্যৱহাৰ কৰা ত্রিশুলৰ নিচিনা এবিধ আহিলা
எடுத்துக்காட்டு :
কাটা, ছুৰিৰে আহাৰ খোৱাৰ ঢং সকলোৱে নাজানে
ஒத்த சொற்கள் : কাটা
பொருள் : কোনো জোখ-মাখ কৰা উপকৰণত লাগি থকা দীঘল, মিহি, জোঙা অংশ, যি কোনো জোখ-মাপ দেখুৱায়
எடுத்துக்காட்டு :
কম্পাচৰ কাঁটাই উত্তৰ-দক্ষিণ সূচিত কৰিছে
ஒத்த சொற்கள் : কাটা