பொருள் : শৰীৰৰ পৰা প্রাণবায়ু ওলাই যোৱা কার্য
எடுத்துக்காட்டு :
জন্মিলে মৃত্যু হʼবই
ஒத்த சொற்கள் : আয়ুপাত, আয়ুশেষ, আয়ুস ওকলা-, ইহলোক ত্যাগ কৰা-, কালগ্রাম, চকু মুদা-, চকুৰ আঁৰ্ হোৱা-, জীৱন পতন, জীৱন পাত কৰা-, ঢুকুৱা-, তিৰোধান, তিৰোভাৱ, দেহাৱসান, ধাতু উৰা-, নাম লুকোৱা-, প্রাণ পখী উৰি যোৱা-, প্রাণ-নাশ, প্রাণত্যাগ, প্রয়াণ, পয়াণ, পৰলোক হোৱা-, বিয়োগ হোৱা-, বৈকুণ্ঠ পয়াণ, মহাপ্রস্থান, মহাপ্রয়াণ, মহাযাত্রা, মৃত্যু, মোক্ষ লাভ, মৰণ, মৰা-, লোকান্তৰ, লোকান্তৰ হোৱা-, হানি হোৱা-
பொருள் : (ব্যাকৰণত) কার্য ্সম্পাদন কৰা বা হোৱাৰ সময়
எடுத்துக்காட்டு :
কাল প্রধানকৈ তিনি প্রকাৰৰ