உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : পাৰ হৈ যোৱা কাল বা সময়
எடுத்துக்காட்டு : এই উপন্যাসখন অতীতৰ ঘটনাৰ ওপৰত আধাৰিত কালিৰ কথা মনত পেলাই দুখী হোৱা ভাল নহয়
ஒத்த சொற்கள் : অতীত, অতীত কাল, অতীতকাল, আগৰ সময়, গত কাল, গত সময়, পূর্ব্্কাল, ভূত কাল, ভূতকাল
பொருள் : আজিৰ পূর্বৰ দিনটো
எடுத்துக்காட்டு : এই প্রবন্ধটো যোৱাকালিৰ বাতৰি-কাকতত প্রকাশ হৈছিল
ஒத்த சொற்கள் : যোৱাকালি
பொருள் : কাগজ আৰু কাপোৰ আদিত লিখিবলৈ অথবা ছাপ দিবলৈ ব্যৱহাৰ কৰা কʼলা আৰু ৰঙীন তৰল, গাঢ় পদার্থ
எடுத்துக்காட்டு : মোৰ এটা ৰঙা চিয়াঁহীৰ কলম আছে
ஒத்த சொற்கள் : চিয়াঁহী, মহী
பொருள் : আজিৰ এদিন আগৰ দিন
எடுத்துக்காட்டு : মই কালি ইয়াত নাছিলো
நிறுவு