உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : যাৰ প্রভাৱ বা ফলস্বৰূপে কোনো কাম হয়
எடுத்துக்காட்டு : এই কাজিয়াখনৰ কাৰণ কি ্ধোঁৱা জুইৰ কাৰণে ওলায়
ஒத்த சொற்கள் : অর্থ, কাৰক, নিমিত্ত, মূল, হেতু
பொருள் : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে কৰা বিচাৰ
எடுத்துக்காட்டு : এই কামটো কৰাৰ অন্তৰালত আপোনাৰ কি উদ্দেশ্য আছে ?
ஒத்த சொற்கள் : অভিপ্রায়, ঈপ্সা, উদ্দেশ্য, প্রয়োজন, মতলব, লক্ষ্য, হেতু
பொருள் : অজুহাত দেখুওৱা কার্য ্ বাকোনো কাম নকৰিবৰ কাৰণে মিছা কাৰণ দেখুওৱা ক্রিয়া
எடுத்துக்காட்டு : সৰু লʼৰা-ছোৱালীয়ে স্কুল নাযাবলৈ বিভিন্ন অজুহাত দেখুৱায়
ஒத்த சொற்கள் : অচিলা, অজুহাত, আপত্তি, ওজৰ, ওজৰ-আপত্তি, চেলু, দোহাই, বাহনা, বিনাকাৰণ, লেচু
நிறுவு