பொருள் : শুকান ঘাঁহ আদিৰ টুকুৰা
எடுத்துக்காட்டு :
চৰাইয়ে কুটা কঢ়িয়াই কঢ়িয়াই নিজৰ বাহ সাজি আছে
ஒத்த சொற்கள் : খেৰ-কুটা
பொருள் : ধূলি-বালি আদিৰ কণা চকুত সোমালে হোৱা পীড়া বা কষ্ট
எடுத்துக்காட்டு :
মোৰ চকুত কুটা সোমাইছে
பொருள் : কোনো বস্তুক দাঁতেৰে সৰু-সৰু টুকুৰা কৰা কার্য
எடுத்துக்காட்டு :
মোৰ ঘৰত এটা ডাঙৰ নিগনিয়ে দিনে-ৰাতিয়ে কিবা নহয় কিবা কুটি থাকে
ஒத்த சொற்கள் : কুটি থকা
பொருள் : পোক পৰুৱাই কাগজ কাপোৰ আদি খোৱা কার্য
எடுத்துக்காட்டு :
উঁই ্পৰুৱাই আলমাৰিত থকা কিতাপবোৰো কুটিলে
ஒத்த சொற்கள் : কুটি খোৱা
பொருள் : কুটি থোৱা
எடுத்துக்காட்டு :
কুটা মাংসৰ পৰা কেইবা প্রকাৰৰো ব্যঞ্জন তৈয়াৰ কৰিব পাৰি