பொருள் : অক্ষত যোনী কন্যা বা এনেকুৱা ছোৱালী যাৰ পুৰুষৰ সৈতে সহবাস হোৱা নাই
எடுத்துக்காட்டு :
বেশ্যালয়ত কুমাৰীৰ চাহিদা অতি বেছি
ஒத்த சொற்கள் : অক্ষতযোনি নাৰী, কন্যা
பொருள் : অবিবাহিত স্ত্রীৰ নামৰ আগত লগোৱা এক সম্বোধন
எடுத்துக்காட்டு :
কুমাৰী প্রেমলতা আমাৰ শ্রেণীত পঢ়ে
பொருள் : যি গৰাকী মহিলাৰ বিবাহ হোৱা নাই
எடுத்துக்காட்டு :
মাক-দেউতাকক অবিবাহিত মহিলাৰ বিয়াৰ চিন্তাই মনোকষ্ট দিয়ে
ஒத்த சொற்கள் : অবিবাহিত, অবিবাহিত মহিলা
பொருள் : যি স্ত্রী ৰজস্বলা হোৱা নাই
எடுத்துக்காட்டு :
তেওঁ দুর্গা পূজা উপলক্ষে এঘাৰগৰাকী কুমাৰীক ভোজ খুৱালে
ஒத்த சொற்கள் : কুঁৱৰী