பொருள் : শৰীৰৰ নিম্নাংশ বগা ৰঙৰ এবিধ জলচৰ চৰাই
எடுத்துக்காட்டு :
কুৰুৱা চৰাইটোৱে মাছটোক হাতোৰাৰে খামুচি উৰা মাৰিলে
பொருள் : পূবৰ পৰা বৈ অহা বতাহ
எடுத்துக்காட்டு :
বাগিছাত যুৱক দম্পত্তিয়ে কুৰুৱা বতাহৰ আনন্দ লৈ আছে
ஒத்த சொற்கள் : কুৰুৱা বতাহ