பொருள் : স্বামী বা অন্নদাতাৰ কাম বা সেৱা বিশ্বাসযোগ্যতাৰে কৰোতাজন
எடுத்துக்காட்டு :
সকলো চাকৰেই বিশ্বাসী নহয়
ஒத்த சொற்கள் : প্রভুভক্ত, বিশ্বাসী, স্বামীভক্ত
பொருள் : নিজক কৰা উপকাৰ মানি লোৱা লোক
எடுத்துக்காட்டு :
আপুনি মোক জেললৈ যোৱাৰ পৰা ৰক্ষা কৰা কাৰণে মই আপোনাৰ ওচৰত কৃতজ্ঞ
ஒத்த சொற்கள் : কৃতজ্ঞতাবদ্ধ, কৃতার্থ, ধন্য, বাধিত