பொருள் : শ্বেতাংগসকলে গণ্য কৰা আফ্রিকা, এছিয়া আদি দেশৰ ব্যক্তি
எடுத்துக்காட்டு :
এই কৃষ্ণাংগসকলৰ ওপৰত কিমানদিনলৈনো অত্যাচাৰ চলিব !
ஒத்த சொற்கள் : কৃষ্ণাঙ্গ
பொருள் : যিটো অত্যধিক বা বহুত কʼলা
எடுத்துக்காட்டு :
কʼলা-মʼলা মানুহ দেখিলে শিশুৱে ভয় খায়
ஒத்த சொற்கள் : কʼলা-মʼলা, কৃষ্ণ বর্ণ, কেতু-কʼলা