பொருள் : যাক তাপ দি সিজোৱা হোৱা নাই
எடுத்துக்காட்டு :
কিছুমান কেঁ্চা পাচলি চালাদ হিচাপে খোৱা হয়
பொருள் : যাৰ তৈয়াৰ হʼবলৈ বাকী আছে বা যাক তৈয়াৰ কৰিবলৈ কিছুমান প্রক্রিয়া কৰিব লাগে
எடுத்துக்காட்டு :
বেছিভাগ কোম্পানীয়ে কেঁ্চা সামগ্রী আমদানি কৰে
பொருள் : যিটো জুইত সিজোৱাৰ পিছতো ভালদৰে সিজা নাই
எடுத்துக்காட்டு :
আজি লৰালৰিত ভাজিখন ্কেঁ্চা হৈয়ে থাকিলে
ஒத்த சொற்கள் : আধাসিজা