உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কোনো দেশ বা ৰাজ্যৰ প্রধান নগৰ, যʼৰ পৰা তাৰ শাসনকার্য পৰিচালিত হয়
எடுத்துக்காட்டு : উত্তৰ প্রদেশৰ ৰাজধানী লক্ষ্ণৌ
ஒத்த சொற்கள் : ৰাজধানী
பொருள் : কাৰোবাৰ হাতত মজুত থকা ধনৰাশি, যি ধন লাভালাভৰ কাৰণে বেপাৰ-বাণিজ্য আদিত খটোৱা হয়
எடுத்துக்காட்டு : এহেজাৰ টকা মূলধনেৰে আমি লাখ টকা উপার্জন কৰিব পাৰো
ஒத்த சொற்கள் : আচল ধন, পুঁজি, মূলধন
நிறுவு