உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : ৰোগ বা পীড়া আদিৰ ৰৈ ৰৈ উঠা বেগ
எடுத்துக்காட்டு : বিষৰ কোব উঠাৰ লগে-লগে তেওঁ চিঞৰি উঠিল
ஒத்த சொற்கள் : বেগ, সোঁত
பொருள் : শীঘ্র হোৱাৰ অৱস্থা বা ভাব
எடுத்துக்காட்டு : কের্কেটুৱাটোৱে বেগাই গছৰ ওপৰত উঠি গʼল তেওঁৰ ্কামত তীব্রতা আছে
ஒத்த சொற்கள் : ক্ষিপ্রগতি, ক্ষিপ্রতা, তীব্রতা, দ্রুতগতি, দ্রুততা, দ্রুতবেগ, বেগা-বেগি, বেগাই, শীঘ্রতা, সত্বৰতা
பொருள் : কোনো বস্তুৰ ওপৰত আন বস্তু জোৰকৈ আহি পৰি যোৱা কার্য, যʼত কেতিয়াবা কেতিয়াবা অনিষ্ট বা হানিও হয়
எடுத்துக்காட்டு : তেওঁ ্ লাঠিৰে মোক আঘাত কৰিলে
ஒத்த சொற்கள் : আঘাত, ঘা, চোট, জখম, প্রহাৰ, মাৰ
நிறுவு