பொருள் : ক্রোৱেছিয়াৰ নিবাসী
எடுத்துக்காட்டு :
সন্মিলনত উপস্থিত ক্রোৱেছিয়ান সকলক আমি আমাৰ দেশলৈ মাতিছো
ஒத்த சொற்கள் : ক্রোৱেছিয়া বাসী, ক্রোৱেছিয়া-বাসী, ক্রোৱেছিয়াবাসী
பொருள் : ক্রোৱেছিয়াৰ লোকসকলৰ ভাষা
எடுத்துக்காட்டு :
মোৰ ক্রোৱেছিয়ান শিকাত কোনো ৰুচি নাই
ஒத்த சொற்கள் : ক্রোৱেছিয়ান ভাষা
பொருள் : ক্রোৱেছিয়ান ভাষা সম্বন্ধী বা ক্রোৱেছিয়ান ভাষাৰ
எடுத்துக்காட்டு :
শিক্ষকে আমাক ক্রোৱেছিয়ান কাহিনীৰ সাৰাংশ কৈ আছিল
பொருள் : ক্রোৱেছিয়াৰ বা ক্রোৱেছিয়া সম্বন্ধী
எடுத்துக்காட்டு :
চলচিত্র-মহোৎসৱত এখন ক্রোৱেছিয়ান চলচিত্র দেখুৱা হৈছিল