உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : কোনো কাম আদি কৰিবৰ কাৰণে ব্যৱহাৰ হোৱা শক্তি
எடுத்துக்காட்டு : সূর্য শক্তিৰ বহুত ডাঙৰ উৎস
ஒத்த சொற்கள் : এনার্জি, তেজ, শক্তি
பொருள் : কিবা ধাৰণ কৰাৰ যোগ্যতা বা শক্তি
எடுத்துக்காட்டு : এই চিনেমা গৃহটোৰ ধাৰণ ক্ষমতা পাঁচশ
ஒத்த சொற்கள் : ধাৰণ ক্ষমতা
பொருள் : জ্ঞান, অনুভব, শিক্ষা আদিৰ সেই বিশেষ গুণ যাৰ আধাৰত কোনোৱে যিকোনো কাম বা পদৰ কাৰণে উপযুক্ত হিচাপে বিবেচিত হয়
எடுத்துக்காட்டு : প্রতিযোগিতামূলক পৰীক্ষাৰ দ্বাৰা বিদ্যার্থীৰ যোগ্যতা বিচাৰ কৰি চোৱা হয়
ஒத்த சொற்கள் : উপযুক্ততা, যোগ্যতা, সামর্থ্য
பொருள் : ক্ষমতাৰে পৰিপূর্ণ ্হোৱা অৱস্থা বা ভাব
எடுத்துக்காட்டு : আপোনাৰ ক্ষমতাৰ কাৰণে এই কামটো হৈ উঠিল
ஒத்த சொற்கள் : শক্তি, সামর্থ্য
நிறுவு