பொருள் : কোনো কাম কৰা কার্য ্বা ভাৱ
எடுத்துக்காட்டு :
ইংৰাজসকল ইয়াত বেপাৰ কৰাত সফল হʼল
ஒத்த சொற்கள் : কাম কৰা
பொருள் : কাৰোবাৰ প্রগতিৰ স্তৰ নিৰূপণ কৰা কার্য
எடுத்துக்காட்டு :
শ্যামে নতুন শ্রেণীত কেনেকুৱা কৰিছে
பொருள் : কোনো কাম আদিত ভালদৰে নিমগ্ন হোৱা
எடுத்துக்காட்டு :
তুমি নিজৰ কাম কৰা, সফলতা নিশ্চয় এদিন আহিব
ஒத்த சொற்கள் : লাগি থকা
பொருள் : (ত) লগোৱা বা কৰা
எடுத்துக்காட்டு :
চেষ্টা কৰা সন্ধান কৰা প্রেম কৰিবা, যুদ্ধ নহয়
பொருள் : কোনো কাম আৰম্ভণিৰ পৰা সমাপ্তিৰ ফালে লৈ যোৱা
எடுத்துக்காட்டு :
এই কামটো নিষ্পত্তি কৰি লোৱা, তাৰ পিছত আন কাম কৰিবা
ஒத்த சொற்கள் : ঠিক কৰা, নিষ্পত্তি কৰা, শেষ কৰা, সম্পাদন কৰা