பொருள் : বহুত বেছি পৰিশ্রম কৰা
எடுத்துக்காட்டு :
বনুৱাই দিনৰ দিনটো খাটে আৰু তেতিয়াহে দিনটোৰ দুসাজ ৰুটি যোগাৰ কৰিব পাৰে
பொருள் : কাৰোবাৰ দ্বাৰা বহুত কাম কৰোৱা
எடுத்துக்காட்டு :
উর্মিলাই নিজৰ সতিনীৰ জীয়েকক দিনে ৰাতিয়ে ঘৰৰ কামত খটায়
ஒத்த சொற்கள் : কামত লগোৱা