உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : মনোযোগ দিয়া
எடுத்துக்காட்டு : বিলাতলৈ যোৱাৰ পিছত মনোজে কেতিয়াও নিজৰ ্গাঁৱৰ মাক-দেউতাকৰ খবৰ লোৱা নাছিল
ஒத்த சொற்கள் : সোধ
பொருள் : সেই ধৰণৰ কথা যাৰ আলমত অন্য কোনো ডাঙৰ কথা, ঘটনা, ৰহস্য আদিৰ অনুসন্ধান কৰা হয়
எடுத்துக்காட்டு : কালি হোৱা বেংক ডকাইতিৰ এতিয়ালৈকে কোনো ধৰণৰ শুংসূত্র বিচাৰি পোৱা নাই
ஒத்த சொற்கள் : খা-খবৰ, শুংসূত্র
பொருள் : কোনো উদ্দেশ্যৰে কোৱা বা কোওৱা বা লিখিত অথবা সাংকেতিক কোনো মহত্ত্বপূর্ণ ্কথা
எடுத்துக்காட்டு : নিজৰ ভায়েকৰ বিয়াৰ খবৰ পাই তেওঁ আনন্দত অধীৰ হৈ পৰিল
ஒத்த சொற்கள் : বতৰা, বাতৰি, সংবাদ, সমাচাৰ, সম্বাদ
பொருள் : ৰেডিঅʼ, বাতৰি-কাকত আদিত উপল্্ব্ধ হোৱা খবৰ
எடுத்துக்காட்டு : এতিয়া আপোনালোকে হিন্দীত দেশ-বিদেশৰ বাতৰি শুনি আছিল
ஒத்த சொற்கள் : খবৰ বাতৰি, বাতৰি, বার্তা, সংবাদ, ্ সমাচাৰ
பொருள் : মুখেৰে কোৱা কোনো সমাচাৰ
எடுத்துக்காட்டு : মই আপোনাক মাতিবৰ কাৰণে ৰামৰ যোগেদি খবৰ পঠিয়াইছোঁ
ஒத்த சொற்கள் : বাতৰি, সন্দেশ
பொருள் : কোনো বিষয়ৰ জ্ঞান বা পৰিচয় দিবৰ কাৰণে কাৰোবাক কোৱা কথা
எடுத்துக்காட்டு : বতৰ বিজ্ঞান বিভাগে ধাৰাসাৰ বৰষুণ হোৱাৰ বাতৰি দিছে
ஒத்த சொற்கள் : জাননী, বাতৰি
நிறுவு