உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : শিল, কাঠ আদিৰে বনোৱা গোলাকাৰ, চাৰিচুকীয়া থিয় ওখ খণ্ড বা এনেকুৱা আকাৰৰ এক গঠন
எடுத்துக்காட்டு : স্তম্ভৰ পৰা ভগৱান নৰসিংহ আৱি্র্ভাব হৈছিল
ஒத்த சொற்கள் : পিলাৰ, স্তম্ভ, স্থানু
பொருள் : পালেং, চকী আদিৰ তলত থকা সৰু স্তম্ভসদৃশ অংশ যাৰ সহায়ত তাৰ বাকী অংশ থিয় হৈ থাকে
எடுத்துக்காட்டு : এই পালেঙখনৰ এটা খুৰা ভাঙি থাকিল
ஒத்த சொற்கள் : খুৰা
பொருள் : বিষাক্ত পোক-পতঙ্গ, জন্তু আদিয়ে দাতেৰে কামোৰা কার্য
எடுத்துக்காட்டு : খেতিয়কজনক খেতি-পথাৰত সাপে খুটিলে
ஒத்த சொற்கள் : কামোৰা, ডকা
நிறுவு