பொருள் : বন্ধা অথবা জোৰা লগোৱা বস্তু আঁতৰি যোৱা
எடுத்துக்காட்டு :
মোৰ ধুতিখন খুলি গʼল আপোনাৰ কামিজৰ বুটামটো খুলি গʼল
ஒத்த சொற்கள் : খোলা
பொருள் : চিলাই আদি এৰাই যোৱা
எடுத்துக்காட்டு :
এই পেন্টটোৰ চিলাই মুকলি হʼল
ஒத்த சொற்கள் : এৰোৱা, মুকলি হোৱা