பொருள் : ভয় খুৱাই বা চক খুৱাই ইফালে-সিফালে ভগোৱা কার্য
எடுத்துக்காட்டு :
লʼৰা-ছোৱালীবোৰে জন্তুবোৰক চিঞৰি-বাখৰি খেদিলে
ஒத்த சொற்கள் : উচাপ খুওৱা
பொருள் : কোনোৱে কʼৰবাৰ পৰা আঁতৰি যাবলৈ বাধ্য হোৱাকৈ কৰা কাম
எடுத்துக்காட்டு :
ভাৰতীয় বীৰসকলে শত্রুক খেদি পঠালে
ஒத்த சொற்கள் : খেদি পঠোৱা