பொருள் : চলাচল কৰা ঢং
எடுத்துக்காட்டு :
তুমি এনেকৈ ঢলং-পলং খোজেৰে কিয় গৈ আছে
ஒத்த சொற்கள் : খোজ-কাটল
பொருள் : খোজকাঢ়িবলে বা দৌৰিবলে এঠাইৰ পৰা উঠাই আন এঠাইত ভৰি ৰখা কার্য
எடுத்துக்காட்டு :
তেওঁ ্সোনকালে ঘৰ গৈ পাবলে দীঘল-দীঘলকৈ খোজ দিছিল
ஒத்த சொற்கள் : কদম
பொருள் : এটা খোজেৰে ঠিক কৰা দূৰত্ব
எடுத்துக்காட்டு :
মোৰ ঘৰ ইয়াৰ পৰা প্রায় আঠ-দহ খোজ দূৰত অৱস্থিত
ஒத்த சொற்கள் : কদম