பொருள் : ব্যৱহাৰ বা কামত অহা
எடுத்துக்காட்டு :
ৰাজগীৰে এই ঘৰটোত এশ বস্তা চিমেণ্ট লগালে
ஒத்த சொற்கள் : লগোৱা
பொருள் : কোনো বস্তু মানুহৰ সন্মুখত ব্যৱহাৰ কৰিবৰ কাৰণে ৰখা বা আনক ব্যৱহাৰ কৰিবলৈ দিয়া
எடுத்துக்காட்டு :
মহাজন ধনীৰামে নিজৰ লʼৰাৰ জন্মদিনত বহুত ধন খৰচ কৰিলে
ஒத்த சொற்கள் : ক্ষয় কৰা, নোহোৱা কৰা, শেষ কৰা