பொருள் : আকাশক চুব পৰাৰ সমান ওখ
எடுத்துக்காட்டு :
চহৰত গগনচুম্বী ভৱন দেখিবলৈ পোৱা যায়
ஒத்த சொற்கள் : উত্তুংগ, গগনচুম্বী, ্গগনস্পর্শী
பொருள் : গগন বা আকাশক ভেদ কৰোতা বা বহুত তীব্র
எடுத்துக்காட்டு :
পোন্ধৰ আগষ্টৰ দিনাখন গগনভেদী শ্লোগানেৰে আকাশ মুখৰিত হৈ আছিল
ஒத்த சொற்கள் : আকাশভেদী