உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : শত্রুৰ পৰা ৰক্ষা পাবৰ কাৰণে চাৰিওপিনৰ পৰা দেৱালেৰে আগুৰা আৰু সুদৃঢ়ভাৱে সজা ভৱন
எடுத்துக்காட்டு : মোগল যুগৰ দুর্গবোৰ স্থাপত্য কলাৰ ভাল নিদ্্র্শন
ஒத்த சொற்கள் : কিলা, কিল্লা, কোঠ, দুর্গ
பொருள் : একতকৈ অধিক ৰাশি যোগ কৰি সেই সংখ্যাৰে ভাগ কৰিলে লাভ কৰা ৰাশি
எடுத்துக்காட்டு : দুই আৰু চাৰিৰ মধ্যমান ৰাশি তিনি
ஒத்த சொற்கள் : মধ্যমান
பொருள் : সুৰক্ষাৰ কাৰণে চাৰিওফালে সাজি লোৱা দেৱাল
எடுத்துக்காட்டு : সৈনিকে গড় ভাঙি কিল্লাটোত সোমাই পৰিল
ஒத்த சொற்கள் : কোঠ, প্রাচীৰ
நிறுவு