உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : ভাং গছৰ নিচিনা এবিধ উদ্ভিদ যাৰ গুটিৰ পৰা ওলোৱা ধোঁৱা নিচা লাগিবৰ কাৰণে পান কৰা হয়
எடுத்துக்காட்டு : তেওঁ নিজৰ খেতি পথাৰত গাঞ্জাৰ খেতি কৰি আছে
ஒத்த சொற்கள் : গঞ্জিকা, গাঞ্জাগছ
பொருள் : দেহত ৰাগী লগোৱাৰ কাৰণে সঘনে ব্যৱহাৰ হোৱা এবিধ উদ্ভিদৰ পূৰঠ পাত আৰু গুটি বিশেষ যাক ধোঁৱা হিচাপে সেৱন কৰা হয়
எடுத்துக்காட்டு : গাঞ্জা সেৱন কৰাটো স্বাস্থ্যৰ কাৰণে যথেষ্ট হানিকাৰক
பொருள் : এবিধ উদ্ভিদৰ গুটি, পাত আদি যাক চিলিমৰ যোগেদি পান কৰা হয়
எடுத்துக்காட்டு : গাঞ্জা খোৱাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক
ஒத்த சொற்கள் : গঞ্জিকা, গাঁজা, গাজা
நிறுவு