பொருள் : কোনো তৰল পদার্থৰে শৰীৰ তিওৱা কার্য
எடுத்துக்காட்டு :
তুমিচোন ঘামেৰে গা-ধুই পেলালা
பொருள் : শৰীৰ চাফা কৰিবলৈ পানীৰে ধোৱা কার্য
எடுத்துக்காட்டு :
ককাদেউতাই জাৰৰ দিনত কুহুমীয়া পানীৰে গা-ধোৱে
ஒத்த சொற்கள் : প্রক্ষালন কৰা, স্নান কৰা