பொருள் : গণিতত এটা সংখ্যাৰে আন এটা সংখ্যাৰ বৃদ্ধি কৰা কার্য
எடுத்துக்காட்டு :
দুই আৰু দুই পূৰণ কৰিলে গুণফল চাৰি পোৱা যায়
ஒத்த சொற்கள் : পূৰণ
பொருள் : ধনুত লগোৱা একপ্রকাৰৰ ৰচী যাৰ সহায়ত দূৰলৈ কাঁড় নিক্ষেপ কৰিব পাৰি
எடுத்துக்காட்டு :
তেওঁ ধনুত গুণ লগাই আছে
ஒத்த சொற்கள் : গুণা
பொருள் : কোনো বস্তুৰ মাজত পোৱা বিশেষ কথা বা তত্ত্ব যাৰ দ্বাৰা তেনে বস্তু অন্য বস্তুতকৈ পৃথক বুলি গণ্য কৰা হয়
எடுத்துக்காட்டு :
সকলো বস্তুৰে কিছুমান লক্ষণ থাকে
ஒத்த சொற்கள் : লক্ষণ