பொருள் : ভাব-চিন্তা বা বিচাৰ সহকাৰে
எடுத்துக்காட்டு :
ভাবি-চিন্তিয়েই মই এই কামটো হাতত লৈছো
ஒத்த சொற்கள் : গুণি-পিটি, বুজি-বাজি, ভবা-গুণা কৰি, ভবা-চিন্তা কৰি, ভাবি-গুণি, ভাবি-চিন্তি
பொருள் : চিন্তা সহকাৰে বা চিন্তাগ্রস্ত হৈ
எடுத்துக்காட்டு :
বজাৰলৈ যোৱা স্বামীৰ কাৰণে শ্যামাই উদ্বিগ্নতাৰে ৰৈ আছিল
ஒத்த சொற்கள் : উদ্বিগ্নতাপূর্বক, উদ্বিগ্নতাৰে, উদ্বিগ্নভাৱে, চিন্তিতভাৱে, ভবা-গুণা কৰি, ভবা-চিন্তা কৰি, ভাবি-গুণি, ভাবি-চিন্তি