பொருள் : ৰন্ধন প্রকৰণৰ কামত ব্যৱহাৰ কৰা গেছ
எடுத்துக்காட்டு :
চহৰত ৰন্ধন গেছৰ ব্যৱহাৰ অধিক পৰিমাণে কৰা হয়
ஒத்த சொற்கள் : ৰন্ধন গেছ
பொருள் : পাচন তন্ত্রত বদহজমৰ বাবে উৎপন্ন হোৱা বায়ু
எடுத்துக்காட்டு :
পেটত অধিক অম্লতাৰ বাবে গেছ হয়
பொருள் : দ্রৱ্যৰ আকাৰহীন অৱস্থা যাৰ ঘনত্ব সকলোতকৈ কম হয়
எடுத்துக்காட்டு :
বায়ু গেছৰ মিশ্রণ
பொருள் : বাষ্পশীল আৰু জ্বলনশীল হাইড্রʼকার্বনৰ মিশ্রণ
எடுத்துக்காட்டு :
গেছ (খনিজ তেল..?) পৰিশোধন কৰি পেট্রʼল, ডিজেল আদি তৈয়াৰ কৰা হয়