உறுப்பினராவதற்கு
பக்க முகவரியை கிளிப்போர்டில் நகலெடுக்கவும்.
பொருள் : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ
எடுத்துக்காட்டு : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে
ஒத்த சொற்கள் : গণ, জাক, জুম, দʼম, দল, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি, সমূহ
பொருள் : জমা হোৱা গোট খোৱা অৱস্থা বা ভাব
எடுத்துக்காட்டு : খেতি পথাৰত শস্যৰ গোট ভাল হৈছে
பொருள் : একে ধৰণৰ বহুত বস্তুৰ কিছুমান ওখ সমষ্টি
எடுத்துக்காட்டு : ৰাম আৰু শ্যামৰ মাজত শস্যৰ দʼমৰ ভাগ-বাটোৱাৰা হʼল
ஒத்த சொற்கள் : দʼম, সমষ্টি, সমূহ, ৰাশি
பொருள் : যোগ্যতা, কর্তব্য আদিৰ বিচাৰেৰে কৰা বিভাগ
எடுத்துக்காட்டு : গান্ধীজী এজন উচ্চ ্বর্গৰ ্নেতা আছিল
ஒத்த சொற்கள் : বর্গ, শ্রেণী
நிறுவு