பொருள் : সঞ্চিত বা একত্রিত কৰা
எடுத்துக்காட்டு :
তেওঁ ঘৰ ্সাজিবৰ কাৰণে অতি কষ্ট কৰি এটা এটাকৈ পইচা গোটাইছে
ஒத்த சொற்கள் : একত্রিত কৰা, জমা কৰা, সংগ্রহ কৰা, সঞ্চিত কৰা
பொருள் : বিচ্ছুৰিত বা সিঁচৰতি হৈ থকা বস্তুবোৰক কোনো এক ঠাইলৈ অনা বা একগোট কৰা
எடுத்துக்காட்டு :
খেতিয়কে সিঁচৰতি হৈ থকা শস্যবোৰ গোটালে
ஒத்த சொற்கள் : একগোট কৰা, একত্রিত কৰা