பொருள் : বিদ্যালয় আদিত অধ্যয়ন-অধ্যাপনাৰ দৃষ্টিৰে কোনো বিষয়ে যি নির্দিষ্ট সময়ত আলোচনা কৰা হয়
எடுத்துக்காட்டு :
গণিতৰ অধ্যাপকজন নহাৰ কাৰণে আজি দ্বিতীয় ঘণ্টা খালী আছিল
ஒத்த சொற்கள் : পিৰিয়ড
பொருள் : দিন-ৰাতিৰ চৌব্বিশ ভাগৰ এভাগ বা ষাঠি মিনিট সময়
எடுத்துக்காட்டு :
গাড়ী এঘণ্টা পলমকৈ চলি আছে
பொருள் : এবিধ বিশেষ ধৰণৰ ধাতুৰে নির্মিত গোলাকাৰ বাজনা যʼত হাতুৰীৰে কোবাই শ্্ব্দ উলিওৱা হয়
எடுத்துக்காட்டு :
ঘণ্টাৰ টং টং শ্্ব্দ শুনি লʼৰা-ছোৱালীবোৰে শ্রেণীকোঠা এৰি দৌৰিলে
பொருள் : এক ঘণ্টাত যিমান দূৰ যোৱা হয়, সিমান
எடுத்துக்காட்டு :
মোৰ ঘৰলৈ ষ্টেছনৰ পৰা এঘণ্টাৰ বাট
பொருள் : ধ্বনি সৃষ্টি কৰিব পৰা সৰু উপকৰণ
எடுத்துக்காட்டு :
ঘণ্টাৰ শ্্ব্দ শুনি ্তেওঁ দর্জা খুলি দিলে